JWALA PRASAD SARMA 1979 : OBITUARY

Home > News & Events > JWALA PRASAD SARMA 1979 : OBITUARY

 Obituary...

Dr. Jwala Prasad Sarma batch 1979 of Gauhati Medical college... left for heavenly abode on late night of 23 September 2014 after a prolonged illness. He was in-charge medical officer of Sri Kamakhya Sankara Health Care Center at Maa Kamakhya Temple.

May  Maa Kamakhya bless Him with eternal peace...

 - Dr. Prafulla C. Deka 24 September 2014

জ্বালা প্ৰসাদ শৰ্মা (ড০) ...  মোৰ ভাতৃ-প্ৰতিম বন্ধু... তুমি গ’লাগৈ... হঠাতেই... একো খবৰ, আগজাননী নিদিয়াকৈ... যোৱাটো পুৱতি নিশা... (২৩ চেপ্তেম্বৰ)...

 

সহজ-সৰল, মৰমীয়াল... বিশ্বাসী... হাঁহিমুখীয়া...

চাকৰি আৰু টকা-পইছাৰ পাছত দৌৰি নাথাকি ওৰেটো জীৱন সেৱা কৰি গ’লা মা কামাখ্যা ধামত...

 

অনবৰত তামোল খাই থকা, মিচিকিয়াই হাঁহি থকা মুখখন মই কেনেকৈ পাহৰিম... আজি ২৪ চেপ্তেম্বৰ ২০১৪ তাৰিখ বুধবাৰে মই নীলাচল পাহাৰৰ মা কামাখ্যা মন্দিৰলৈ গৈছিলো প্ৰথম বাৰৰ বাবে, মা’ক সেৱা জনাই চাকি ধূপ জ্বলাবলৈ নহয়, তোমাক বিদায় দিবলৈ...

 

…goodbye dear bro…

 

বাঁহৰ চাঙীখন দাঙি দাঙি

মোৰ কান্ধটো বিষাই গৈছে...

তথাপিও মই নিৰস্ত নহওঁ।

মই সদায়েই তোমাৰ

চাৰিজন বন্ধুৰ মাজৰ

এজন হৈ থাকিবলৈ বিচাৰো...।

 

মই হ’ব খোজো ধৰ্মৰাজ যুধিষ্ঠৰৰ

Share this page!

-->